১ ফেব্ৰুৱাৰীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক

- ১ ফেব্ৰুৱাৰীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক।
- বিয়লি ৩ বজাত দিল্লীত অনুষ্ঠিত হ’ব এই বৈঠকখন।
- বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আলোচনা হোৱাৰ সম্ভাৱনা।
- উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীক এই বৈঠকৰ সন্দৰ্ভত আশ্বাস প্ৰদান কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে।
The post ১ ফেব্ৰুৱাৰীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Tv3tqI
via IFTTT
Comments
Post a Comment