গুৱাহাটীৰ ইছলামপুৰত জাৱৰৰ দমত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ

  • মহানগৰী ইছলামপুৰত অমানৱীয় ঘটনা ।
  • জাৱৰ দমত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ ।
  • প্ৰচণ্ড শীতত বস্তহীভাৱে কৰি পেলাই থৈ গ’ল নৱজাতক কন্যা সন্তান ।
  • বুধবাৰে পুৱা ৭ বজাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।
  • এগৰাকী স্থানীয় মহিলা ভাষ্য মতে এখন ঠেলাত আনিছিল নৱজাতকটি ।
  • ঠেলাৱালাই জাৱৰ লগত পেলাই থৈ গৈছে নৱজাতকটিক

The post গুৱাহাটীৰ ইছলামপুৰত জাৱৰৰ দমত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2t107jT
via IFTTT

Comments