বঢ়মপুৰত ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন, ৬জন আছু কৰ্মীক আটক

  • নগাঁৱৰ বঢ়মপুৰত ৬জন আছু কৰ্মীক আটক।
  • ধৃত দীপাংকৰ বৰা, ঋত্বিক কাশ্যপ, বিশ্বজিত ৰায়, আদিত্য ৰায় আৰু নয়নজ্যোতি নাথ।
  • ক’লা পতাকা প্ৰদৰ্শন কৰিছিল ৰঞ্জিত দাসক।
  • বঢ়মপুৰত বিজেপিৰ এখন সভালৈ গৈছিল দাস।
  • প্ৰশাসনৰ নিৰাপত্তা বেষ্টনী অতিক্ৰম কৰি প্ৰতিবাদ।

 

The post বঢ়মপুৰত ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন, ৬জন আছু কৰ্মীক আটক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2RXnmKG
via IFTTT

Comments