তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী

- তেজপুৰৰ ঠেলামৰাত ভয়ংকৰ দুৰ্ঘটনাত।
- দুৰ্ঘটনাত থিতাতে নিহত এজন।
- বিদ্যুতৰ খুঁটাত এখন দ্ৰুতবেগী বাইকে খুন্দা মৰাৰ ফলত নিহত আৰোহীজন।
- নিহত বাইক আৰোহীজনৰ নাম ৰূপম বৰা।
- ঠেলামৰা–বৰগাঁও সংযোগী পথত সংঘটিত হয় এই দুৰ্ঘটনা।
The post তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Sc5HhD
via IFTTT
Comments
Post a Comment