কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি…

- ধেমাজি জিলা কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি।
- যুৱ নেতা নিতু বৰগোহাঁইক দিয়া হৈছে নিযুক্তি।
- ঋষভ গগৈৰ স্থানত নিতু বৰগোহাঁইক দিয়া হৈছে নিযুক্তি।
- ধেমাজিত কংগ্ৰেছক নতুন ৰূপত প্ৰতিষ্ঠা কৰা হ’ব বুলি কয় নৱ নিৰ্বাচিত সভাপতিজনে।
The post কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2CSLpzW
via IFTTT
Comments
Post a Comment