কামপুৰত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুটাত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী বাইকৰ

- কামপুৰৰ তেতেলীসৰা মাহনিআটিত পথ দুৰ্ঘটনা।
- নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুটাত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী বাইকৰ।
- দুৰ্ঘটনাত আহত হয় বাবুল সাহা আৰু অজয় পাল নামৰ দুই বাইক আৰোহী।
- সংকটজনক অৱস্থাত দুয়োকে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
- কামপুৰৰ পৰা কঠিয়াতলী অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
The post কামপুৰত পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুটাত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী বাইকৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Baimba
via IFTTT
Comments
Post a Comment