৩১ জানুৱাৰীত ১২ ঘণ্টীয়া অসম বন্ধ

- ৩১ জানুৱাৰীত ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা এন ডি এফ বিৰ।
- ৰঞ্জন দৈমাৰীসহ ১০জনক শাস্তি প্ৰদানৰ প্ৰতিবাদত এই ঘোষণা।
- ৩০ অক্টোবৰৰ বিস্ফোৰণত দোষী সাব্যস্ত আটাইকেইজন।
- সোমবাৰে দোষী সাব্যস্ত কৰিছিল চিবিআইৰ আদালতে।
The post ৩১ জানুৱাৰীত ১২ ঘণ্টীয়া অসম বন্ধ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HS1tb5
via IFTTT
Comments
Post a Comment