দিল্লীত ৰাহুল গান্ধীৰ সৈতে তৰুণ গগৈ নেতৃত্বাধীন এপিচিচিৰ প্ৰতিনিধি দলৰ বৈঠক

  • দিল্লীত ৰাহুল গান্ধীৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ প্ৰতিনিধি দলৰ বৈঠক।
  • এ পি চি চিৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
  • ৰাহুল গান্ধীৰ বাসগৃহত বৈঠকত মিলিত হৈছে এপিচিচিৰ ৩০ জনীয়া দলটো।
  • প্ৰতিনিধি দলটোত আছে ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, ভুবনেশ্বৰ কলিতা আৰু শান্তিউজ কুজুৰো।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত ৰাজ্যসভাত ল’বলগীয়া স্থিতিক লৈ আলোচনা এই বৈঠকত।

The post দিল্লীত ৰাহুল গান্ধীৰ সৈতে তৰুণ গগৈ নেতৃত্বাধীন এপিচিচিৰ প্ৰতিনিধি দলৰ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2FZIJo4
via IFTTT

Comments