গোলাঘাটৰ ধুলীয়া গাঁওত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ১

- গোলাঘাটৰ ধুলীয়া গাঁওত শোকাৱহ পথ দুৰ্ঘটনা।
- পথচাৰীক মহতিয়াই নিলে দ্ৰুতবেগী এখন বাইকে।
- ঘটনাস্থলীতে নিহত বদৰুদ্দিন আলী নামৰ ব্যক্তিজনৰ।
- ইফালে বাইকখনৰ আৰোহী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত।
The post গোলাঘাটৰ ধুলীয়া গাঁওত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ১ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Bluear
via IFTTT
Comments
Post a Comment