বিশ্বনাথ জিলা আৰক্ষীৰ জালত কুখ্যাত গঁড় চিকাৰী

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ জিলা আৰক্ষীৰ বৃহৎ সফলতা।বিশ্বনাথ আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযানত উদ্ধাৰ দুটাকৈ ৩০৩ ৰাইফল আৰু ১৮ জাই সজিব গুলীৰ লগতে দুটা মেগজিন । আটক কুখ্যাত গঁড় চিকাৰী ২ নং ভোজমাৰীৰ আব্দুল জলিলক আটক।

বন বিভাগ তথা আৰক্ষীৰ মূৰৰ কামূৰনি এই আব্দুলক অভিযানকাৰী দলটোয়ে চতিয়াৰ ভোজমাৰী গাৱৰ পৰা আটক কৰিবলৈ সক্ষম হয়। মাৰণাস্ত্ৰখিনি পুতি থোৱা অৱস্থাত উদ্ধাৰ।বহু দিনৰ পৰা পলাতক হৈ আছিল এই কুখ্যাত গড় চিকাৰীজন।
The post বিশ্বনাথ জিলা আৰক্ষীৰ জালত কুখ্যাত গঁড় চিকাৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MFvVUk
via IFTTT
Comments
Post a Comment