তুষাৰপাতঃ বিদ্যালয়ৰ বাহিৰত ডেক্স-বেঞ্চ পাৰি ছাত্ৰ-ছাত্ৰীয়ে কৰিলে পাঠদান

- উত্তৰাখণ্ডত তুষাৰপাত।
- তুষাৰপাতৰ ফলত স্তব্ধ হৈ আছিল বিদ্যালয়ত পাঠদান।
- বুধবাৰে ছাত্ৰ-ছাত্ৰীয়ে বৰফ আতৰালে বিদ্যালয় চৌহদৰ পৰা।

- ৰাজ্যখনৰ চামলিৰ কানোলত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় চৌহদৰ পৰা বৰফ আতৰাই কৰি পাঠগ্ৰহণ।
- বাহিৰতে ডেক্স-বেঞ্চ আনি শিক্ষক-শিক্ষয়িত্ৰীয়ে কৰিলে পাঠদান।

The post তুষাৰপাতঃ বিদ্যালয়ৰ বাহিৰত ডেক্স-বেঞ্চ পাৰি ছাত্ৰ-ছাত্ৰীয়ে কৰিলে পাঠদান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MFxf9U
via IFTTT
Comments
Post a Comment