ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত ৰে’ল সেৱা

- ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত ৰে’ল সেৱা।
- ঘন কুঁৱলীৰ বাবে ১০ খন ৰে’লৰ যাত্ৰাত বিলম্ব।
- কেইবাদিনো ধৰি কুঁৱলীৰ বাবে ব্যাহত হৈ আহিছে ৰে’ল সেৱা।
- ঘন কুৱলীৰ বাবে বিগত কেইটামান দিনত ব্যাহত হৈছে বিমান সেৱায়ো ।
The post ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ব্যাহত ৰে’ল সেৱা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2RXXOwF
via IFTTT
Comments
Post a Comment