হাতীগাঁৱত কেকোঁসাপ সহ চোৰাং ব্যৱসায়ী আটক

- হাতীগাঁৱত কেকোঁসাপ সহ চোৰাং ব্যৱসায়ী আটক।
- মিছা আৰক্ষী আৰু বন বিভাগে অভিযান চলাই ডাংগাৰ পৰা আটক কৰে চোৰাং ব্যৱাসীয়জনক।
- ধৃত চোৰাং ব্যৱসায়ীজনৰ নাম ইকবাল হুছেইন।
- চোৰাং ব্যৱসায়ীজনৰ পৰা জব্দ কৰা হৈছে দুটা দুস্প্ৰাপ্য কেকোঁসাপ।
- আৰক্ষী আৰু বন বিভাগে এ এছ ০১ ই-১৪১৬ নম্বৰৰ এখন হুণ্ডাই এচেণ্ট গাড়ীও জব্দ কৰে।
The post হাতীগাঁৱত কেকোঁসাপ সহ চোৰাং ব্যৱসায়ী আটক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BebOYQ
via IFTTT
Comments
Post a Comment