বিস্ফোৰণত আহত ২ শিশু

- বিহাৰত কেঁচা বোমা বিস্ফোৰণ।
- চৰণৰ এখন ফাৰ্মত বিস্ফোৰিত হয় বোমাটো।
- বিস্ফোৰণত আহত দুটি শিশু।
- ফাৰ্মখনত খেলি থকা সময়তে আহত হয় শিশু দুটি।
- গুৰুতৰভাৱে আহত শিশুদুটিক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি।
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
The post বিস্ফোৰণত আহত ২ শিশু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DN2ugx
via IFTTT
Comments
Post a Comment