মৰিয়নীত বিধ্বংসী অগ্নিকাণ্ড

- মৰিয়নী নগৰত বিধ্বংসী অগ্নিকাণ্ড।
- নগৰৰ মাজ মজিয়াৰ বিনায়ক হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড।
- হোটেলখনৰ ৰান্ধনীশালাৰ পৰা জুইৰ সূত্ৰপাত।
- স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কোনোমতে ৰক্ষা পৰে বৃহৎ ব্যৱসায়িক অঞ্চলটো।
- জুই জাহ গ’ল হোটেলখনৰ এটা অংশ।
The post মৰিয়নীত বিধ্বংসী অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WwqhIP
via IFTTT
Comments
Post a Comment