বছৰৰ প্ৰথম দিনটোতেই অঘটন, পিঞ্জৰাৰ পৰা ওলাই পলাল নাহৰফুটুকী

ডিজিটেল ডেস্কঃ শিলিগুৰিৰ বেঙ্গল চাফাৰীত বছৰৰ প্ৰথম দিনটো উপভোগ কৰিব নোৱাৰিৱ দৰ্শনাথীয়ে৷ কিয়নো বছৰৰ প্ৰথম দিনটোতে পিঞ্জৰাৰ পৰা ওলাই পলাল এটা নাহৰফুটুকী৷ ইয়াৰ ফলত চাফাৰীৰ ভিতৰত কোনো পৰ্যটকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।

বৰ্তমান নাহৰফুটুকীটোক বিচাৰি অভিযান আৰম্ভ কৰিছে অভিযানকাৰী দলে। বাঘটো পিঞ্জৰাৰ পৰা ওলাই ক’লৈ গ’ল সেই সম্পৰ্কে নিশ্চিত তথ্য নাই কাৰোৰে হাতত।
The post বছৰৰ প্ৰথম দিনটোতেই অঘটন, পিঞ্জৰাৰ পৰা ওলাই পলাল নাহৰফুটুকী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2F06OtJ
via IFTTT
Comments
Post a Comment