দিশপুৰত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

- লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৎপৰ হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ।
- দিশপুৰত বিধানসভা কক্ষত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক।
- বৈঠকত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন।
- তেওঁলোকৰ লগত উপস্থিত আছে কংগ্ৰেছৰ গৰিষ্ঠসংখ্যক বিধায়ক।
- পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত পৰ্যালোচনা বৈঠকত।
- নাগৰিকত্ব সংশোধনী বিধেয়ককলৈও আলোচনা এই বৈঠকত।
The post দিশপুৰত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2LIW3xc
via IFTTT
Comments
Post a Comment