বিজনীত গাতঁত উদ্ধাৰ চিআৰপিএফ জোৱানৰ মৃতদেহ

  • বিজনীৰ হোলীপাৰাৰ পথৰ দাঁতিৰ এটা গাঁতত উদ্ধাৰ চিআৰপিএফ জোৱানৰ মৃতদেহ।
  • ৰহস্যজনক মৃত্যু হয় চিআৰপিএফ জোৱানজনৰ।
  • মৃত জোৱানজনৰ নাম সঞ্জীৱ বসুমতাৰী।
  • অক্সিগুৰি গাঁৱৰ ঘৰ সঞ্জীৱ বসুমতাৰীৰ।
  • মৃতদেহৰ মূৰত আঘাতৰ চিন স্পষ্ট।
  • দুৰ্বৃত্তই হত্যা কৰি পেলাই থে যোৱাৰ সন্দেহ আৰক্ষীৰ।
  • সন্ধিয়া স্কুটী লৈ ঘৰৰ পৰা ওলাই গৈছিল জোৱানজন।
  • মঙলবাৰে পুৱা স্থানীয় লোকে স্কুটীসহ প্ৰত্যক্ষ কৰে তেওঁৰ মৃতদেহটো।

The post বিজনীত গাতঁত উদ্ধাৰ চিআৰপিএফ জোৱানৰ মৃতদেহ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2TjkvYs
via IFTTT

Comments

Popular Posts