ডবকাত এনকাউন্টাৰ…

  • ডবকাত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী।
  • ছামচুল হক নামৰ ডকাইতটো হয় গুলীবিদ্ধ।
  • আঘাতপ্ৰাপ্ত ছামচুলক নগাঁও অসামৰিক চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হয়।
  • নিশা অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডকাইতটোক।
  • ছামচুলৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ভালেমান মাৰণাস্ত্ৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Gx8RHoa
via IFTTT

Comments