নগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবালাখ টকাৰ সম্পত্তি…

- নগাঁৱৰ চপানলাত বৃহস্পতিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড।
- জুইত জাহ কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠান।
- কেইবালাখ টকাৰ সা-সম্পত্তি জাহ যায় জুইত।
- স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।
- বৈদ্যুতিক বিজুতিৰ ফলত এই অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6ufQlwT
via IFTTT
Comments
Post a Comment