মহানগৰীত চুৰিকাণ্ড; লুটি নিলে ৩ লাখৰো অধিক নগদ ধন সহ…

  • মহানগৰীৰ মাণিকনগৰ তিনিআলিত চুৰিকাণ্ড।
  • ঘৰত কোনো নথকাৰ সুযোগত চোৰৰ লুটপাট।
  • গৰু বিহুৰ নিশা সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা।
  • চোৰে লুটিলে ৩ লাখৰো অধিক নগদ ধনসহ সোণৰ আ-অলংকাৰ।
  • চোৰে লুটি নিলে টিভিসহ ঘৰৰ আন বহু সামগ্রী।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Y91OQRz
via IFTTT

Comments