ৰঙালীৰ আনন্দৰ মাজতেই ধুমুহাত গছ উভালি পৰি প্ৰাণ গ’ল মহিলাৰ…

ডিজিটেল ডেস্ক: ৰাজ্যত ৰঙালীৰ আনন্দ। তাৰ মাজতে বৃহস্পতিবাৰে নিশা ৰাজ্যৰ ভিন্ন প্রান্তত প্রবল ধুমুহা-বৃষ্টিপাত হোৱা পৰিলক্ষিত হয়।
জনীয়াত ধুমুহাত ভাঙি পৰা গছৰ চেপাত মৃত্যু ৩০ বছৰীয়া মহিলাৰ। লুৰফুৰীয়া গাঁও, শিতুলী গাঁৱতো প্রচণ্ড ধুমুহা-বৰষুণত বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।
অঞ্চলকেইটাৰ বহুসংখ্যক লোকৰ ঘৰ-দুৱাৰৰ ক্ষতিসাধন হয়। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত বহু ক্ষতিসাধন হয়।
আৰু পঢ়ক: আহি পহিলা ব’হাগ
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/R1hnajK
via IFTTT
Comments
Post a Comment