কংগ্ৰেছ এৰি বিজেপিলৈ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ…

- কংগ্ৰেছ ত্যাগ কৰিব বিস্মিতা গগৈয়ে।
- খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়ক বিস্মিতা গগৈ।
- প্ৰায়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষৰটো কাৰ্যকালত মন্ত্ৰীত্বৰ দায়িত্বও লাভ কৰিছিল বিস্মিতা গগৈয়ে।
- বিজেপিত যোগদান কৰিব বিস্মিতা গগৈয়ে।
- ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বিজেপিত চামিল হ’ব তেওঁ।
- আৰু কেইবাজনো কংগ্ৰেছ নেতাই বিজেপিত চামিল হোৱাৰ সম্ভাৱনা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/dwbtNre
via IFTTT
Comments
Post a Comment