২৪ঘন্টাত কোৰোনাত আক্ৰান্ত ৯৭৫গৰাকী…

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ প্ৰকোপ দিনক দিনে হ্ৰাস পাইছে। বিগত ২৪ঘন্টাত ভাৰতত ৯৭৫গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে। বৰ্তমান ১১হাজাৰ ৩৬৬গৰাকী ৰোগী চিকিতসাধীন হৈ আছে।

উল্লেখ্য যে, ভাৰতত যদিও কোৰোনাৰ প্ৰকোপ হ্ৰাস পাইছে চীনৰ লগতে কেইবাখনো দেশ দ্ৰুতগতিত বৃদ্ধি পাইছে। চীনৰ প্ৰায় ১কোটি লোক পুনৰ আক্ৰান্ত হৈছে কোৰোনাত। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে চীনত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JO1rp9o
via IFTTT

Comments