মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ…

  • পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ।
  • বোন্দাৰ চপাইডাঙত উদ্ধাৰ হৈছে মৃতদেহটো।
  • এতিয়াও চিনাক্ত হোৱা নাই মৃতদেহটো।
  • পানীত উপঙি থকাৰ অৱস্থাত উদ্ধাৰ মৃতদেহটো।
  • এটা ইটা ভাটাৰ কাষত উদ্ধাৰ হৈছে এই অচিনাক্ত মৃতদেহ।
  • অচিনাক্ত ব্যক্তিজনে কিদৰে মৃত্যুক সাৱটি ল’লে সেই বিষয়ে জানিব পৰা হোৱা নাই।
  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।
  • একাংশ লোকে ইটা ভাটাৰ কৰ্মচাৰী বুলিও সন্দেহ কৰিছে।
  • অৱশ্যে সেয়াও নিশ্চিত নহয়।
  • ঘটনাস্থলীত উপস্থিত পানীখাইটি আৰক্ষী।

ক্লিক কৰি পঢ়কঃ গণেশগুৰি উৰণীয়া সেতুত দুৰ্ঘটনা….



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/UkMJ17q
via IFTTT

Comments