কাৰ্বিআংলঙত উপস্থিত মোডীঃ বিহুকে ধৰি জনগোষ্ঠীয় নৃত্যৰে আদৰণি

  • অসম পালেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে কাৰ্বিআংলঙত উপস্থিত প্ৰধানমন্ত্ৰী মোডী।
  • ডিমাপুৰৰ পৰা পোনে পোনে মোডী ৰাওনা হৈছে কাৰ্বিআংলঙলৈ।
  • মোডীয়ে কাৰ্বিআলংঙৰ ওমপনাইত নিৰ্মাণ হ’বলগীয়া আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ শিলন্যাস কৰিব।
  • জিলাখনত ৫০০ কোটিৰো অধিক ধন ব্যয়ৰে নিৰ্মাণ হ’ব কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠান।
  • অমৃত সৰোবৰৰো শিলন্যাস কৰিব মোডীয়ে।
  • কাৰ্বিআংলঙত বিহু, কাৰ্বি নৃত্যকে ধৰি বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে আদৰণি জনাইছে মোডীক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/vRBoAdf
via IFTTT

Comments