GMC UPDATES- ৩টাত জয়, ৬টা ৱাৰ্ডত অগ্ৰগতি বিজেপিৰ…

- ভোটগণনাৰ শেহতীয়া আপডেট।
- কেইবাটাও ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।
- ৬টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি।
- ইতিমধ্যে ৩টা ৱাৰ্ডত জয়ী হৈছে বিজেপিৰ।
- বিজেপিৰ ৫০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি।
- ৫, ৬ আৰু ২২নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে বিনা প্ৰতিন্দন্দ্বিতাৰে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/XQaFmWe
via IFTTT
Comments
Post a Comment