গোলকগঞ্জৰ প্ৰাক্তন আলফা নেতা গুলীৱিদ্ধ…

- গোলকগঞ্জৰ জিনকাটাত গুলীচালনাৰ ঘটনা।
- প্ৰাক্তন আলফা নেতালৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী।
- সুভাষ বৰ্মন নামৰ আলফা নেতাগৰাকীৰ হাতত লাগে গুলী।
- দুৰ্বৃত্তই লৈ যায় বৰ্মনৰ বাইকখনো।
- ধনৰ লেন-দেনৰ বাবেই গুলীচালনা দুৰ্বৃত্তৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/D3EylUG
via IFTTT
Comments
Post a Comment