চাৰ্ভিছ পিষ্টলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা…

  • চাৰ্ভিছ পিষ্টলেৰে নিজৰ মূৰত গুলিয়াই আত্মহত্যা প্লাটন কামাণ্ডেটৰ ।
  • কামাণ্ডেন্ট জনৰ নাম প্ৰবীণ গগৈ (৫৬)।
  • বৃহস্পতিবাৰে সন্ধিয়া চৰাইদেউ জিলাৰ টেঙাপুখুৰীৰ নিজা বাসভৱনত গুলিয়াই আত্মহত্যা ।
  • ২৫ নং বেটেলিয়নত কৰ্মৰত আছিল প্ৰবীণ গগৈ ।
  • শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও মৃত ঘোষণা চিকিৎসকৰ।
  • কি পৰিস্থিতিত হাবিলদাৰ গগৈয়ে নিজা ঘৰৰ ভিতৰতে এনে কাণ্ড সংঘটিত কৰিলে -তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/c8ox0jL
via IFTTT

Comments