মহানগৰীৰ চানমাৰি উৰণীয়া সেঁতুৰ পৰা জপিয়াবলৈ চেষ্টা কৰা মহিলাক উদ্ধাৰ

  • চান্দমাৰী উৰণীয়া সেঁতুৰ ওপৰত চাঞ্চল্যকৰ ঘটনা।
  • উৰণীয়া সেতুৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ।
  • মহিলা গৰাকীৰ নাম পূজা দাস।
  • স্বামীৰ নিৰ্যাতনৰ বাবেই আত্মহত্যাৰ চেষ্টা মহিলা গৰাকীৰ।
  • মহিলা গৰাকীৰ স্বামী মিলন দাসে আন মহিলাৰ লগত সম্পৰ্ক ৰখাৰ অভিযোগ পূজা দাসৰ ।
  • স্বামী মিলন দাসে চান্দমাৰী থানাৰ গাড়ী চলাই।
  • সাংবাদিক আৰু উপস্থিত লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি গতাই দিয়ে চান্দমাৰী আৰক্ষীক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3vQsqla
via IFTTT

Comments