যোৰাবাটৰ ১৫ মাইলস্থিত বস্তাৰ উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড…

  • যোৰাবাটৰ ১৫ মাইলস্থিত এটি বস্তাৰ উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে সমগ্ৰ উদ্যোগটো।
  • ক’ৰ পৰা কেনেদৰে এই জুইৰ সূত্ৰপাত হ’ল বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
  • ঘটনাস্থলিত আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত।
  • বৰ্তমান পৰ্যন্ত নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা জুই।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Wmyg8Qa
via IFTTT

Comments