চৰকাৰী চাকৰিয়ালৰ বাবে ভাল খবৰঃ ৪ দিন বন্ধ কাৰ্যালয়…

  • চৰকাৰী চাকৰিয়ালৰ বাবে ভাল খবৰ।
  • পুনৰ বন্ধ হ’ব ৪ দিন চৰকাৰী কাৰ্যালয়।
  • ২১ এপ্ৰিল সতী সাধনী দিৱস উপলক্ষে বন্ধ থাকিব কাৰ্যালয়।
  • ২২ এপ্ৰিল পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বন্ধ ।
  • এই ২২ এপ্ৰিল দিনটো কেৱল মাত্ৰ কামৰূপ মেট্ৰৰ কৰ্মচাৰীসকলৰ বাবে বন্ধ কাৰ্যালয়।
  • ২৩ এপ্ৰিল কাৰ্যালয় বন্ধ থাকিব চতুৰ্থ শনিবাৰৰ বাবে।
  • আৰু ২৪ এপ্ৰিল দেওবাৰৰ বাবে বন্ধ থাকিব কাৰ্যালয় ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kFG5NKW
via IFTTT

Comments