পাণ্ডুত বাঘৰ সন্ত্ৰাস : নাহৰফুটুকীৰ আক্ৰমণত আহত মহিলা, খবৰ নাই বন বিভাগৰ…

  • মহানগৰীৰ পাণ্ডুত বাঘৰ সন্ত্ৰাস।
  • নাহৰফুটুকীৰ আক্ৰমণত আহত এগৰাকী মহিলা।
  • পাণ্ডুৰ এটা ৰে’লৱে কোৱাৰ্টাৰত আশ্ৰয় লৈছে নাহৰফুটুকীটোৱে।
  • ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক।
  • স্থানীয় আৰক্ষীয়েও লোৱা নাই কোনো পদক্ষেপ।
  • অঞ্চলটোত নাহৰফুটুকীটোৱে ১ ঘণ্টাৰো অধিক সময় ধৰি সন্ত্ৰাস চলাই আছে যদিও বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই।
  • সমগ্ৰ অঞ্চলটোত সাধাৰাণ লোকৰ ভিৰ।
  • যিকোনো মুহূৰ্ততে সংঘটিত হ’ব পাৰে গুৰুতৰ ঘটনা।

ক্লিক কৰি পঢ়কঃ নতুন ৰূপত আত্মপ্ৰকাশ কৰিব কংগ্ৰেছে ! ২০২৪ ৰ পৰিকল্পনা প্ৰায় সম্পূৰ্ণ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/sukaI0E
via IFTTT

Comments