বিধায়কৰ গাড়ীৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু…

  • তীব্ৰ বেগত অহা বিধায়কৰ বাহনৰ হৈ প্ৰচণ্ড খুন্দাত এজন লোকৰ মৃত্যু।
  • উত্তৰ প্ৰদেশৰ লখিমপুৰত সংঘটিত হৈছে এই ঘটনা।
  • যোগেশ বাৰ্মা নামৰ বিধায়কগৰাকীৰ বাহনখনে খুন্দা মাৰে বাইক আৰোহীক।
  • চালকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  • ইফালে বাইকখনত অহা আনজন আৰোহীৰ অৱস্থা সংকটজনক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/dtIcjzO
via IFTTT

Comments