ট্ৰাকৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী…

- বাক্সাৰ বৰমাত মঙলবাৰে নিশা পথ দুৰ্ঘটনা।
- ট্রাকে মহটিয়ালে এজন চাইকেল আৰোহীক।
- দুৰ্ঘটনাত থিতাতে নিহত চাইকেল আৰোহীজন।
- নিহত লোকজন কঠালবাৰীৰ উমেশ বৰ্মন।
- ঘৰলৈ গৈ থকা সময়ত এই দুৰ্ঘটনা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/AQz1VYs
via IFTTT
Comments
Post a Comment