প্ৰধানমন্ত্ৰী মোডী, অৰবিন্দ কেজৰিৱালে অসমীয়াতে জনালে বিহুৰ শুভেচ্ছা…

ডিজিটেল ডেস্কঃ আজি গৰু বিহু। যোৱা দুটা বছৰ অসমীাই হেঁপাহৰ ৰঙালী বিহুক উদযাপন কৰাৰ পৰা বঞ্চিত হোৱাৰ পিছত এইবাৰ অতি উৎসাহেৰে বিহু উদযাপন কৰিছে। অসমীয়াৰ এই হেঁপাহৰ ৰঙালী বিহুৰ বাবে সমূহ অসমবাসাকী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনালে শুভেচ্ছা। মোডীয়ে টুইটাৰৰ জৰিয়তে অসমীয়াতে অসমবাসীলৈ জনালে বিহুৰ শুভেচ্ছা।

আনহাতে মোডীৰ উপৰিও দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালেও জনাইছে বিহুৰ শুভেচ্ছা। কেজৰিৱালে অসমীয়াতে অসমবাসীলৈ জনাইছে বিহুৰ শুভেচ্ছা।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/GPQnZ8B
via IFTTT

Comments