বৰদৈচিলাৰ তাণ্ডৱ, বঙাইগাঁৱত গছ ভাঙি আহত মহিলা…

- বঙাইগাঁৱত নিশা বৰদৈচিলাৰ তাণ্ডৱ ৷
- চহৰৰ বিভিন্ন স্থানত গছ ভাঙি পৰাৰ ফলত যাতায়ত ব্যাহত ৷
- নিউ বঙাইগাঁৱত ঘৰত গছ পৰি গুৰুতৰভাৱে আহত হ’বলগীয়া হৈছে এগৰাকী মহিলা ৷
- আহত লক্ষী বৰ্মণ নামৰ মহিলাগৰাকীক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হৈছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/BV4qsZ9
via IFTTT
Comments
Post a Comment