গণেশগুৰি উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ থিতাতে মৃত্যু…

- বিহুৰ আনন্দৰ মাজতে গণেশগুৰি উৰণীয়া সেতু ৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
- থিতাতে মৃত্যু এজন বাইক আৰোহীৰ ৷
- দুৰ্ঘটনাগ্ৰস্ত বাইক খনৰ নম্বৰ As 01 FA 5810।
- বাইকখনত আছিল দুজনকৈ লোক ৷
- ইয়াৰে এগৰাকী লোকক গুৰুতৰ অৱস্থাত প্ৰেৰণ কৰা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/SG6QZ4v
via IFTTT
Comments
Post a Comment