ছাত্ৰীবাৰী ডকাইত কাণ্ডৰ অপৰাধী আৰক্ষীৰ গুলীত নিহত…

- পুনৰ আৰক্ষীৰ গুলীচালনা।
- মহানগৰীৰ ছাত্ৰীবাৰী ডকাইতি কাণ্ডৰে জড়িত ডকাইত গুলীবিদ্ধ।
- গুলীবিদ্ধ ডকাইতটোৰ নাম তাইজউদ্দিন।
- পল্টনবজাৰ আৰক্ষীয়ে তাইজউদ্দিনকৈ লৈ ছিপাঝাৰত অভিযান চলাইছিল।
- আৰক্ষীৰ বেষ্টনী ভাঙি পলাবলৈ চেষ্টা কৰিছিল তাইজুউদ্দিনে।
- ফলত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়।
- আৰক্ষীৰ গুলীত থিতাতে নিহত হয় ডকাইত তাইজুউদ্দিন।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lnrZ8JW
via IFTTT
Comments
Post a Comment