বটদ্ৰৱাত আৰম্ভ গৰু বিহুৰ পৰম্পৰা…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ আজি প্ৰথমটো দিন। আজি প্রথম দিনা গৰু বিহু উপলক্ষে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰু নোওৱা পৰম্পৰা আৰম্ভ হৈছে। নগাঁও জিলাৰ বটদ্ৰৱাটো শলগুৰি সত্ৰৰ ভকতৰ গৃহত পৰম্পৰা ৰক্ষা কৰি পুৱাই গৰু নোওৱা পৰম্পৰা আৰম্ভ হৈছে। মাহ হালধি, লাও, বেঙেনা, কেৰেলা, থেকেৰা লগাই চাট বনাই, দীঘলটি মাখিলতি গোটাই আৰম্ভ কৰিছে গৰু বিহুৰ পৰম্পৰা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Mvrnl1u
via IFTTT
Comments
Post a Comment