হাতী-মানুহৰ সংঘাত, মিৰ্জাত এজনৰ মৃত্যু…

- হাতী মানুহৰ সংঘাত অব্যাহত আছে।
- যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমনত গোঁসাই হাত পিৰপাৰাত এজনৰ মৃত্যু।
- মিৰ্জা মালিয়াটা পাহাৰৰ থকা বনৰীয়া হাতীয়ে খাদ্যৰ বাবে হাবিৰ পৰা জনঅৰণ্যলৈ নামি আহি এজন লোকক ঘৰৰ চোতালৰ পৰা ধাঙি নি পথত মাৰে।
- মৃত লোক জনৰ অনিল বড়ো(৫৫)
- মালিয়াটা পাহাৰত থকা বনৰীয়া হাতীয়ে দীৰ্ঘ দিন ধৰি বৃহত্তৰ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে।
- যাৰ ফলত এনে ঘটনা অঞ্চলটোত সঘনাই সংঘটিত হৈ আহিছে।
- \যোৱা কেইমাহ মান আগতে এনে দৰে এজন লোকৰ মৃত্যু হৈছিল।তাৰ পৰাও কোনো শিক্ষা লোৱা দেখা নগল বনবিভাগৰ।
- মালিয়াটা পাহাৰৰ বনৰীয়া হাতীৰ সন্ত্ৰাসত নিশা উজাগৰী নিশা কাটাই ,গোঁসাইহাত,পিৰপাৰা ,সোনতলা,মেনেপাৰা, তিনিআলি আদিকে ধৰি বৃহত্তৰ অঞ্চল বাসী ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/lYeCDQg
via IFTTT
Comments
Post a Comment