ডুমডুমাৰ লংছোৱালত বাসগৃহ, দোকান ভস্মিভূতঃ এগৰাকী মহিলাৰ মৃত্যু…

  • ডুমডুমাৰ লংছোৱাল তিনিআলিত অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ ফলত নিহত এগৰাকী মহিলা।
  • নিহত মহিলাগৰাকীৰ নাম অনৈক্যা দেৱী।
  • শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্রপাতৰ সন্দেহ।
  • দুখনকৈ দোকানসহ দুটা বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/jegxPI1
via IFTTT

Comments