প্ৰচণ্ড ধুমুহাই লুইতত বুৰালে ১৫ খন ইঞ্জিনচালিত নাও…

  • ফকিৰগঞ্জত নিশা প্রচণ্ড ধুমুহা।
  • ধুমুহাৰ ফলত ব্রহ্মপুত্রত বুৰিল ১৫খনকৈ ইঞ্জিনচালিত নাও।
  • এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই ৫খন নাৱৰ।
  • ব্রহ্মপুত্রৰ পাৰঘাটত বান্ধি থোৱা অৱস্থাত বুৰিল নাওকেইখন।
  • ঘটনাত কোনো নাৱৰীয়া হতাহত হোৱা নাই।
  • সন্ধানহীন নাও কেইখনৰ সন্ধান অব্যাহত আছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/RlUZjQb
via IFTTT

Comments