১০বজাত নহয়, আজিৰে পৰা পুৱা ৯বজাতে খুলিব বেংক…

ডিজিটেল ডেস্কঃ ১০বজাত নহয় আজিৰে পৰা পুৱা ৯বজাতে খুলিব বেংক। শেহতীয়াকৈ আৰ বি আইয়ে সদৰি কৰিছে এই তথ্য। অৱশ্যে বেংক বন্ধ হোৱাৰ সময়ক লৈ কোনো সালসলনি কৰা হোৱা নাই। এতিয়াৰে পৰা বেংকৰ কাম-কাজ কৰিবলৈ গ্ৰাহকে লাভ কৰিব ১ঘন্টাৰ অধিক সময়।

উল্লেখ্য কৰা প্ৰয়োজন যে, কোভিডৰ সময়ত বেংক খোলাৰ সময় সালসলনি কৰা হৈছিল। আৰু শেহতীয়াকৈ পৰিস্থিতি উন্নত হোৱাৰ বাবে আৰ বি আইয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/w1WOu8r
via IFTTT

Comments