নগাঁও জিলাৰ অন্তৰ্গত তিনিখন পৌৰসভাৰ পৌৰপতি , উপ পৌৰপতিৰ নিৰ্বাচিত…

- নগাঁও জিলাৰ অন্তৰ্গত তিনিখন পৌৰসভাৰ পৌৰপতি , উপ পৌৰপতিৰ নিৰ্বাচিত
- দেওঁবাৰে বিজেপিয়ে ঘোষণা কৰে পৌৰপতি , উপ পৌৰপতি সকলৰ নাম
- ঘোষিত পৌৰসভা কেইখনৰ নাম হৈছে নগাঁও , ৰহা আৰু কামপুৰ
- মহিলা আয়ুক্ত সকলৰ উপস্হিতিত বিজেপিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে
- সিদ্ধান্ত অনুসৰি নগাওঁ পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ আৰু উপ-পৌৰপতি শ্ৰী সীমান্ত বৰা
- কামপুৰ পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱা আৰু উপ-পৌৰপতি জয়ন্ত ফুকন
- ৰহা পৌৰ সভাৰ পৌৰপতি বন্তি হাজৰিকা আৰু উপ পৌৰপতি অনিমা দাস
- সোমবাৰে তিনিওখন পৌৰসভাৰ শপত গ্ৰহণ আৰু দায়িত্ব গ্ৰহণ অনুষ্ঠান অনুস্হিত হব
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Yvjz7r3
via IFTTT
Comments
Post a Comment