ভোটগণনাত হ’ব পাৰে বিলম্ব! কাউন্টিং হললৈ অনা নাই EVM

  • মণিৰাম দেৱান ট্ৰেড চেন্টাৰত চলি আছে ভোটগণনা।
  • ৬খন টেবুলত চলি আছে ভোটগণনা।
  • ইতিমধ্যে ৩টা ৱাৰ্ডত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী।
  • ৫, ৬ আৰু ২২ নং ৱাৰ্ডত বিনা প্ৰতিন্দন্দ্বিতাৰে জয় হৈছে বিজেপিৰ।
  • আজি হব ১৯৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়
  • ইয়াৰে, ২৫গৰাকী অজাপৰ, ৫০গৰাকী বিজেপি, ৭গৰাকী অগপৰ
  • ইফালে এতিয়ালৈকে আৰম্ভ হোৱা নাই ই ভি এমৰ ভোটগণনা।
  • কাউন্টিং হললৈ অনা হোৱা নাই ই ভি এম মেচিনসমূহ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/g76UOJi
via IFTTT

Comments