নলবাৰীত এনকাউন্টাৰ…

- এইবাৰ নলবাৰীত গৰজিল আৰক্ষীৰ আগ্নেয়াস্ত্র।
- দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ।
- আৰক্ষীৰ গুলীত আহত ডকাইত দিলবাৰ আলী।
- আৰক্ষীক চোকা অস্ত্রৰে আক্রমণ কৰি পলায়নৰ চেষ্টা কৰিছিল দিলবাৰে।
- আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত আহত হয় ডকাইতটো।
- দিলবাৰৰ আক্রমণত আহত দৌলাশাল আৰক্ষী চকীৰ SI সুৰজিত্ কাঠাৰ।
- ডকাইতি আৰু ট্রাক হাইজেকৰ লগত জড়িত দিলবাৰ আলী।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/xATQm5v
via IFTTT
Comments
Post a Comment