সৰুপথাৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী…

- অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
- এইবাৰ সৰুপথাৰত চলিল আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
- অভিযানত ৯২গ্রাম হে’ৰইনসহ এজনক গ্রেপ্তাৰ।
- গ্রেপ্তাৰ কৰা যুৱকজনৰ নাম চাৰকিৰি টিমুং।
- নাওজানত আটক হোৱা ড্রাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্রেপ্তাৰ যুৱকজনক।
- অধিক তথ্যৰ লাভৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধাপোছা।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kBSyY4W
via IFTTT
Comments
Post a Comment