দিচাং নদীত বিষক্ৰিয়া; মাছ ধৰিবলৈ গৈ সন্ধানহীন এজন…

- শিৱসাগৰ জিলাৰ বকতা দিচাং নদীত বিষক্রিয়া।
- বহু প্রজাতিৰ মাছৰ বিষক্রিয়া হৈ মৃত্যু।
- বহু লোকে মাছ ধৰিবলৈ লগায় হেতা-ওপৰা।
- মাছ ধৰিবলৈ গৈ সন্ধানহীন এজন লোক।
- সন্ধানহীন বকতা কুকুৰছোৱা গাঁৱৰ নবিন ফুকন নামৰ লোকজন।
- লোকজনক বিচাৰি SDRF বাহিনীৰ অভিযান অব্যাহত
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/zkuOa7y
via IFTTT
Comments
Post a Comment