গণেশগুৰি উৰণীয়া সেতুত দুৰ্ঘটনা….

  • গণেশগুৰিৰ উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নিশা নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰিল এল্ট’ বাহন।
  • কথমপি প্রাণৰক্ষা বাহনখনৰ আৰোহীৰ।
  • দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ AS-13 L 2577।
  • চালকজনে অত্যধিক সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।

ক্লিক কৰি পঢ়কঃ পাণ্ডুত বাঘৰ সন্ত্ৰাস : নাহৰফুটুকীৰ আক্ৰমণত আহত মহিলা, খবৰ নাই বন বিভাগৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/OtfGs7H
via IFTTT

Comments